পবিত্ৰ কুৰআনৰ ছুৰা মাৰইয়ামত উল্লেখ হোৱা এটা আশ্চৰ্যময় কথা! এই কথাৰ দ্ৱাৰা এক আল্লাহৰ শক্তি, মহত্ত্ব আৰু তাৰ ক্ষমতা প্ৰকশ পায়। যি আল্লাহৰ বাহিৰে আন কোনো উপাসনাৰ যোগ্য নহয়। এই কথাটো হল আল্লাহৰ বান্দা আৰু ৰহমত নবী হযৰত জাকাৰিয়া (আঃ) ৰ। কথাটো সেই সময়ত আৰম্ভ হয় যেতিয়া তেওঁ আল্লাহৰ উপাসক হযৰত মাৰইয়াম (আঃ)...
Subscribe to our newsletter to get latest news, popular news and exclusive updates.